अर्थ : এক প্রকাৰ গোলাকাৰ মিঠা ফল লগা চিৰসেউজ বৃক্ষ
							उदाहरण : 
							তেওঁ লিচুত উঠি লিচু খাই আছে  সি লিচু গছত উঠি আছে
							
पर्यायवाची : লিচু গছ
अर्थ : এবিধ সৰু আকাৰৰ গোলাকাৰ মিঠাজাতীয় ফল
							उदाहरण : 
							লিচুৰ বাকলি টান আৰু কাঁইটীয়া ধৰণৰ