अर्थ : উপদ্রৱ কৰি জপিওৱা
							उदाहरण : 
							যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই  লৰা ঢপৰা আৰম্ভ কৰি দিয়ে
							
पर्यायवाची : লৰা ঢপৰা
अर्थ : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ
							उदाहरण : 
							মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে
							
पर्यायवाची : দৌৰা-দৌৰি