अर्थ : এজোপা সুকাঠী বহুত ডাঙৰ গছ
							उदाहरण : 
							শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
							
पर्यायवाची : শাল গছ
अर्थ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
							उदाहरण : 
							কমাৰে শালত কেৰাহীখন থৈ পিটি আছে