अर्थ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
							उदाहरण : 
							গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
							
पर्यायवाची : উপদেশ
अर्थ : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
							उदाहरण : 
							পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
							
पर्यायवाची : তালিম