अर्थ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা
							उदाहरण : 
							তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে
							
पर्यायवाची : ক্ষীণকায় হোৱা, হাড় ওলাই অহা
अर्थ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
							उदाहरण : 
							অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
							
पर्यायवाची : শুকোৱা
अर्थ : উজ্জ্বলতা কমি যোৱা
							उदाहरण : 
							বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
							
पर्यायवाची : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা