अर्थ : নিজকে শুদ্ধ কৰিবৰ বাবে তী্র্থ আদিৰ জল নিজৰ গাত চটিওৱা কার্য
							उदाहरण : 
							পূজাৰ আগতে পৱিত্র কৰা হয়
							
पर्यायवाची : পৱিত্র
अर्थ : যিটো ভুল নহয়
							उदाहरण : 
							শুদ্ধ বাক্যৰ ওপৰত শুদ্ধ চিন লগাওক
							
अर्थ : ভেজাল নাইকিয়া ভাল বস্তু
							उदाहरण : 
							আজিকালি বজাৰত খাতি বস্তু পাবলৈ নাই
							
पर्यायवाची : অবিমিশ্রিত, আঁভজুৱা, আচল, খাটি, নির্ভেজ্াল, নি্ভঁজুৱা, নি্ভাঁজ বিশুদ্ধ