अर्थ : ন্যায়ালয় বা ন্যায়াধীশৰ সন্মুখত কোনো অভিযোগ বা মোকর্দ্্মাৰ বিষয়ে বিচাৰ কৰা কার্য
							उदाहरण : 
							আজি দেৱানী আদালতত মোৰ মোকর্দ্্মাৰ শুনানী আছে
							
पर्यायवाची : সোধ
अर्थ : বিচাৰৰ কাৰণে দুয়োপক্ষৰ কথা নিজ সাক্ষাতত শুনা
							उदाहरण : 
							দণ্ডাধীশে অভিযোগকাৰী আৰু অভিযুক্ত দুয়োপক্ষৰ শুনানী লʼলে