अर्थ : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন
							उदाहरण : 
							মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়
							
पर्यायवाची : মর্যাদাসম্পন্ন
अर्थ : বাসনা আৰু মনক নিজৰ বশত ৰখোতা
							उदाहरण : 
							সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে
							
अर्थ : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা
							उदाहरण : 
							সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে