अर्थ : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
							उदाहरण : 
							সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
							
पर्यायवाची : সংস্কৃত ভাষা
अर्थ : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে
							
अर्थ : যাক পৰিশোধন কৰা হৈছে
							उदाहरण : 
							সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
							
पर्यायवाची : পৰিমার্জিত