अर्थ : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
							उदाहरण : 
							নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
							
पर्यायवाची : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
अर्थ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
							उदाहरण : 
							দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
							
पर्यायवाची : ব্যৱস্থিত কৰা, লগোৱা
अर्थ : আহাৰ সন্মুখত ৰখা
							उदाहरण : 
							তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
							
पर्यायवाची : পৰিৱেশন কৰা