अर्थ : অনুকম্পা বা দয়া কৰা কার্য
							उदाहरण : 
							সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
							
पर्यायवाची : অনুকম্পা
अर्थ : কাৰোবাৰ দুখ দেখি ্ তেওঁৰ দুখত দুখী হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							সাধুলোক সদায় আনৰ প্রতি সহানুভূতিশীল
							
पर्यायवाची : সমবেদনা