अर्थ : যিজনে সাম্যবাদ মানি চলে
							उदाहरण : 
							সাম্যবাদীসকলে সমাজক এক নতুন দিশ দিবলৈ প্রয়াস কৰিলে
							
पर्यायवाची : কমিউনিষ্ট
अर्थ : সাম্যবাদৰ বা সাম্যবাদ সম্বন্ধী
							उदाहरण : 
							কেইবাজনো ডাঙৰ ডাঙৰ নেতা সাম্যবাদী বিচাৰধাৰাৰ দ্বাৰা প্রভাবিত হʼল
							
पर्यायवाची : কমিউনিষ্ট