अर्थ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
							उदाहरण : 
							চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
							
पर्यायवाची : কমলা, কমলা ৰং, সুমথিৰা ৰং
अर्थ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
							उदाहरण : 
							কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
							
पर्यायवाची : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ