अर्थ : যি বাদ্য বায়ুৰে হেঁ্চা প্রয়োগ কৰি বা জোৰ দি বজোৱা হয়
							उदाहरण : 
							বাঁহী এবিধ সুষিৰ বাদ্য
							
पर्यायवाची : ফুঁক ্বাদ্য, সুষিৰ বাদ্য
अर्थ : যʼত ছিদ্র বা ফুটা আছে
							उदाहरण : 
							চালনী ছিদ্রযুক্ত
							
पर्यायवाची : ছিদ্রময়, ছিদ্রযুক্ত, সছিদ্র, ৰন্ধ্রযুক্ত