अर्थ : যিজনে ৰচনা কৰে বা কোনো বস্তু তৈয়াৰ কৰে
							उदाहरण : 
							হিন্দু ধর্ম অনুসৰি ব্রহ্মাই এই সৃষ্টিৰ সৃজনকর্তা
							
पर्यायवाची : প্রণেতা, সৃষ্টিকর্তা, ৰচনাকাৰ, ৰচয়িতা
अर्थ : সংৰচনা বা গঢ় দিওঁতাজন
							उदाहरण : 
							হিন্দু ধর্ম্্শাস্ত্র অনুসৰি ব্রহ্মাণ্ডৰ সৃষ্টি্কর্তা হৈছে ব্রহ্মা
							
पर्यायवाची : সৃষ্টি্কর্তা, স্রষ্টা