अर्थ : কোনো সংগ্রাম বা যুদ্ধত ভাগ লোৱা ব্যক্তি
							उदाहरण : 
							পোন্ধৰ আগষ্টৰ দিনাখন স্বাধীনতা সেনানীসকলক সন্মান জনোৱা হʼল
							
अर्थ : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
							उदाहरण : 
							ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
							
पर्यायवाची : ফৌজ, সেনা, সেনাদল, সেনাবাহিনী, সৈন্যদল