अर्थ : মনোযোগ দিয়া
							उदाहरण : 
							বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল
							
पर्यायवाची : খবৰ
अर्थ : ন্যায়ালয় বা ন্যায়াধীশৰ সন্মুখত কোনো অভিযোগ বা মোকর্দ্্মাৰ বিষয়ে বিচাৰ কৰা কার্য
							उदाहरण : 
							আজি দেৱানী আদালতত মোৰ মোকর্দ্্মাৰ শুনানী আছে
							
पर्यायवाची : শুনানী