अर्थ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
							उदाहरण : 
							পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
							
पर्यायवाची : বিদ্যালয়
अर्थ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
							उदाहरण : 
							স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম  মোৰ স্কুল চাৰি বজালৈকে হয়
							
पर्यायवाची : বিদ্যালয়