अर्थ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
							उदाहरण : 
							গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
							
पर्यायवाची : তল
अर्थ : প্রবলতা, মাত্রা, গুণ আদিৰ ভিত্তিত এক স্থিতি
							उदाहरण : 
							প্রযুক্তিবিদ্যাৰ উন্নতি বিশ্ব স্তৰত বৰ বেগেৰে হৈ আছে