अर्थ : কোনো বিশেষ ঘটনা বা ব্যক্তিৰ স্মৃতিত সজা কোনো সৌধ বিশেষ
							उदाहरण : 
							ভাৰতত বহুতো ঐতিহাসিক স্মাৰক আছে
							
अर्थ : কাৰোবাৰ স্মৃতিক ধৰি ৰখা কোনো কাম, পদার্থ ্বা নি্র্মাণ
							उदाहरण : 
							মায়ে আইতাৰ স্মৃতিচিহ্নক সযতনে আলমাৰীত থৈ দিলে
							
पर्यायवाची : স্মৃতিচিহ্ন