अर्थ : কোনো বস্তুৰ সৰু-সৰু অংগ বা অংশ ছিঙি পৰা অৱস্থা
							उदाहरण : 
							তেওঁৰ চুলি বহুত সৰিছে
							
पर्यायवाची : সৰি পৰা
अर्थ : ঝাড়ুৰে জাবৰ আদি গুচোৱা কার্য
							उदाहरण : 
							তেওঁ নিজৰ ঘৰটোত ঝাড়ু দিছে
							
पर्यायवाची : ঝাড়ু দিয়া, ঝাড়ু লগোৱা