अर्थ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
							उदाहरण : 
							লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
							
पर्यायवाची : বজাৰ
अर्थ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
							उदाहरण : 
							ইয়াত প্রতি শনিবাৰে বজাৰ বহে
							
पर्यायवाची : বজাৰ