अर्थ : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে
							उदाहरण : 
							ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত
							
पर्यायवाची : বাল্মীকি ৰামায়ণ
अर्थ : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত
							उदाहरण : 
							এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক
							
अर्थ : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ
							उदाहरण : 
							এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে
							
पर्यायवाची : ৰামচৰিত মানস, ৰামচৰিতমানস