অর্থ : নিজান ঠাইত থকা বা বসবাস কৰোতা
উদাহরণ :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
সমার্থক : একাকিন
অর্থ : যাৰ লগত কোনো নাই বা নাথাকে
উদাহরণ :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
সমার্থক : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ