পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধিনিয়ম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধিনিয়ম   বিশেষ্য

অর্থ : সংসদৰ আদিৰ জৰিয়তে বনোৱা নিয়ম

উদাহরণ : চৰকাৰে নিজৰ সুবিধানুসৰি অধিনিয়মবোৰ ৰদবদল কৰিব পাৰে

অর্থ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

উদাহরণ : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

সমার্থক : আইন, আইন-কানুন, কানুন, বিধান, বিধি

चौपाल