পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধোগতি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধোগতি   বিশেষ্য

অর্থ : অৱনতিৰ পিনে অগ্রসৰ হোৱা অৱস্থা

উদাহরণ : মদেই তেওঁৰ অধোনতিৰ সকলোতকৈ ডাঙৰ কাৰণ

সমার্থক : অধোনতি

অর্থ : ওপৰৰ পৰা তললৈ অহা কার্য

উদাহরণ : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত

সমার্থক : অধোগমন, অৱতৰণ, অৱৰোহণ, নমা-, নমোৱা-

चौपाल