পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অনাদৃত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অনাদৃত   বিশেষণ

অর্থ : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই

উদাহরণ : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত

সমার্থক : অৱহেলিত, উপেক্ষিত, হেয়

অর্থ : যিটো উপেক্ষা কৰিবৰ যোগ্য

উদাহরণ : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়

সমার্থক : অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়, উপেক্ষিত

অর্থ : যাক অপমান কৰা হৈছে

উদাহরণ : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে

সমার্থক : অপমানিত, অৱহেলিত, উপেক্ষিত, নাকাল, লাঞ্ছিত

অর্থ : যাৰ আদৰ কৰা হোৱা নাই

উদাহরণ : অনাদৃত কবিজন মজলিচৰ পৰা উঠি গʼল

সমার্থক : অনাদৰিত

অর্থ : যাক তিৰস্কাৰ কৰা হৈছে

উদাহরণ : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে

সমার্থক : উপেক্ষিত, তিৰস্কৃত

चौपाल