পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অনুমতি পত্র শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অনুমতি পত্র   বিশেষ্য

অর্থ : যিখন পত্র দেখুৱায় কোনো ব্যক্তি কোনো সংকটপূর্ণ পৰিস্থিতিৰ পৰা নিৰাপদে পাৰ হʼব পাৰে

উদাহরণ : অনুমতি পত্রৰ অবিহনে তোমাক ইয়াৰ পৰা যাবলৈ দিয়া নহʼব

সমার্থক : পাচ

অর্থ : একধৰণৰ অধিকাৰ পত্র যাৰ জৰিয়তে কোনো ব্যক্তি বা সামগ্রী কোনো ঠাইৰ পৰা বেলেগ ঠাইলৈ সৰবৰাহ কৰিব পৰা যায়

উদাহরণ : সামগ্রী বিদেশলৈ পঠোৱাৰ কাৰণে মই অনুজ্ঞাপত্র লাভ কৰিছোঁ

সমার্থক : অনুজ্ঞাপত্র

অর্থ : কোনো বিশেষ কাম কৰিবলৈ বা নিজৰ লগত কোনো বিশেষ বস্তু ৰাখিব কাৰণে প্রশাসনৰ দ্বাৰা দিয়া অধিকাৰ পত্র

উদাহরণ : মহেশে গাড়ী চলোৱাৰ লাইচেন্স লাভ কৰিছে

সমার্থক : লাইচেন্স

चौपाल