পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অন্ধ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অন্ধ   বিশেষ্য

অর্থ : চকু নথকা বা চকুৰে একেবাৰে নেদেখা ব্যক্তি

উদাহরণ : অন্ধসকলৰ কাৰণে ব্রেইলি লিপি আৱিষ্কাৰ কৰা হৈছে

অন্ধ   বিশেষণ

অর্থ : যিজনে চকুৰে দেখা নাপায়

উদাহরণ : শ্যামে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিলে

সমার্থক : অন্ধলা, চক্ষুহীন, দৃষ্টিশক্তিহীন, দৃষ্টিহীন

অর্থ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই

উদাহরণ : অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল

সমার্থক : অজ্ঞানী, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন

चौपाल