অর্থ : এক ধৰ্ম অনুসৰি ভিন-ভিন পদাৰ্থৰ একেই শাৰীলৈ অনা প্ৰক্ৰিয়া
উদাহরণ :
বস্তুবোৰৰ অন্বয়ৰ পৰা তাৰ বিষয়ে জানিবলৈ সহজ হয়
সমার্থক : অনুক্ৰম
অর্থ : কার্য ্তথা কাৰণৰ থকা সম্বন্ধ
উদাহরণ :
ইয়াৰ অন্বয় কৰিব পৰা নাযায়