অর্থ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
উদাহরণ :
অপব্যৱহাৰো এক ধৰণৰ পাপ
সমার্থক : অপব্যৱহাৰ
অর্থ : অনাহক আৰু অধিক খৰচ
উদাহরণ :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
সমার্থক : অতিখৰচী, অপচয়, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি