অর্থ : কোনো ব্যাপক বা সাধাৰণ নিয়ম আদিৰ বিৰুদ্ধে কোৱা কথা, শ্্ব্দ , তত্ত্ব আদি
উদাহরণ :
এই নিয়মটোৰ কিছুমান অপবাদো আছে
অর্থ : বাস্তৱিকতে বা কল্পিতভাৱে কাৰোবাৰ দোষ বা বদগুণৰ বিষয়ে কোৱা কার্য
উদাহরণ :
আমি কাৰো নিন্দা কৰা উচিত নহয়
সমার্থক : নিন্দা