পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অপহৃত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অপহৃত   বিশেষণ

অর্থ : চুৰি কৰা

উদাহরণ : অপহৃত ধনক তেওঁ গাঁত খান্দি লুকোৱাই থলে

সমার্থক : চুৰি

অর্থ : যাৰ অপহৰণ কৰা হৈছে

উদাহরণ : নিজৰ বুদ্ধিমত্তাৰ কাৰণে এজন অপহৃত শিশু অপহৰণকাৰীৰ কৱলৰ পৰা পলাই সাৰিল

অর্থ : কাঢ়ি নিয়া

উদাহরণ : অপহৃত ধনৰ দ্বাৰা তুমি বেছিদিন সুখ নাপাবা

সমার্থক : লুণ্ঠিত

चौपाल