পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অবিৰত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অবিৰত   ক্ৰিয়া বিশেষণ

অর্থ : অলপো জিৰণি নোলোৱাকৈ বা ক্রমভঙ্গ নকৰাকৈ

উদাহরণ : শচীনে অবিৰতভাৱে ছয় মাৰি আছে

সমার্থক : অনবৰত, নিৰন্তৰ

অবিৰত   বিশেষণ

অর্থ : যি কেতিয়াও সমাপ্ত নহয়

উদাহরণ : প্রকৃতি ভগৱানৰ অন্তহীন বিস্তাৰ

সমার্থক : অনন্ত, অন্তহীন

অর্থ : নিৰন্তৰ হৈ থকা

উদাহরণ : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে

সমার্থক : অনবৰত, অবিৰাম, ধাৰাসাৰ

चौपाल