পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অস্ত্র শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অস্ত্র   বিশেষ্য

অর্থ : যি হাথিয়াৰৰ দ্বাৰা কোনো বস্তু দলিওৱা হয়

উদাহরণ : তোপ, বন্দুক, ধনু আদিবোৰ অস্ত্র

অর্থ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

উদাহরণ :

সমার্থক : অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ, হাথিয়াৰ

অর্থ : শত্রুৰ ওপৰত পেলাই চলোৱা হাথিয়াৰ

উদাহরণ : কাঁড় এবিধ অস্ত্র

সমার্থক : প্রহৰণ

অর্থ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

উদাহরণ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

সমার্থক : হাতিয়াৰ, হাথিয়াৰ

चौपाल