পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অৱসৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অৱসৰ   বিশেষ্য

অর্থ : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

উদাহরণ :

সমার্থক : অৱকাশ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, শান্তি, সুখ

অর্থ : আৰামৰ সময়

উদাহরণ : আপুনি মোক জিৰণিত লগ কৰক

সমার্থক : আজৰি, জিৰণি, জিৰণি সময়, বিশ্রাম কাল, বিৰাম কাল

অর্থ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন

উদাহরণ : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে

সমার্থক : অৱকাশ, ছুটী, বিৰতি, বিৰাম

चौपाल