পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আকাশবাণী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আকাশবাণী   বিশেষ্য

অর্থ : যি ঠাইৰ পৰা ৰেডিঅʼৰ কার্যসূচী প্রচাৰিত কৰা হয়

উদাহরণ : কৃষি আলোচনাৰ কাৰণে মোৰ খুৰাদেউ আকাশবাণী কেন্দ্রলৈ গৈছিল

সমার্থক : আকাশবাণী কেন্দ্র, ৰেডিঅʼ ষ্টেচন

অর্থ : বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ দ্বাৰা ৰেডিঅʼত কার্যসূচী প্রচাৰ কৰা প্রণালী

উদাহরণ : আকাশবাণী আৰু ্দূৰদর্শনৰ বিজ্ঞাপন সেৱাৰ পৰা চৰকাৰে ৰাজহ লাভ কৰে

चौपाल