পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আবেদন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আবেদন   বিশেষ্য

অর্থ : কাৰোবাৰ পৰা কিবা বস্তু বিচাৰি দিয়া পত্র

উদাহরণ : তেওঁৰ আবেদন পত্র ন্যায়ালয়ে নাকচ কৰিলে

সমার্থক : আবেদন পত্র, আর্জী, দর্খাস্ত

অর্থ : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য

উদাহরণ : মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক

সমার্থক : আৱেদন, নিবেদন, নিৱেদন, প্রার্থ্্না, বিনীত অনুৰোধ

অর্থ : নিজৰ অৱস্থাৰ কথা লিখি বা প্রার্থন্া জনাই দিয়া পত্র:মই ছুটি বিচাৰি আবেদন-পত্র দাখিল কৰিছো

উদাহরণ :

সমার্থক : আপিল, আবেদন-পত্র, আর্জী, আৰজ, দর্খাস্ত, দৰখাস্ত, প্রার্থন্া-পত্র

অর্থ : অত্যাচাৰ, দুখ আদিৰ পৰা বচোৱাৰ কাৰণে কৰা প্রার্থ্্না

উদাহরণ : পুলিচে দুখীয়া ৰামনাথৰ ফৰিয়াদ নামঞ্জুৰ কৰিলে

সমার্থক : আর্জি, ফৰিয়াদ

चौपाल