পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আলু শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আলু   বিশেষ্য

অর্থ : তৰকাৰী হিচাপে বেছিকৈ এবিধ কন্দ:বজাৰত আলু বাৰমাহেই পোৱা যায়

উদাহরণ :

অর্থ : মুখৰ ভিতৰৰ অংগ যʼত ্দাঁত গজে বা দাঁতৰ গুৰি অংশ

উদাহরণ : ৰামৰ দাঁতৰ আলু ফুলিছে

সমার্থক : দাঁতৰ আলু

অর্থ : তৰকাৰী হিচাপে খোৱা এবিধ উদ্ভিদৰ কন্দ

উদাহরণ : খেতিয়কে পথাৰত আলু ৰুই আছে

चौपाल