পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ইচ্ছা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ইচ্ছা   বিশেষ্য

অর্থ : মনৰ ভাল লগা ভাব

উদাহরণ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে

সমার্থক : অভিৰুচি, পছন্দ, ৰুচি

অর্থ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

উদাহরণ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

সমার্থক : অভিৰুচি, আগ্রহ, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি

অর্থ : কোনো বস্তু লাভৰ বা সুখৰ কাৰণে কৰা অভিলাষা বা লালসা

উদাহরণ : ঘূৰা-ফুৰাটো মমতাৰ এটা চখ

সমার্থক : চখ, বাসনা

অর্থ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

উদাহরণ :

সমার্থক : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

चौपाल