পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ইহজগত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ইহজগত   বিশেষ্য

অর্থ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

উদাহরণ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

সমার্থক : ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

অর্থ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

উদাহরণ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

সমার্থক : জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ইহজগত   বিশেষণ

অর্থ : ইহ সংসাৰৰ সৈতে সম্বন্ধ ৰাখোঁতা

উদাহরণ : ইহজগতৰ আনন্দ ক্ষণভঙ্গুৰ

সমার্থক : লৌকিক, সাংসাৰিক

चौपाल