পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উজ্জ্বল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উজ্জ্বল   বিশেষণ

অর্থ : চিকমিকাই থকা

উদাহরণ : মঞ্চত বহি থকা মহাত্মাদেৱৰ উজ্জ্বল চেহেৰাই সকলোকে আকর্ষিত কৰিছিল

সমার্থক : আলোকিত, কান্তিযুক্ত, দীপ্তিযুক্ত, প্রোজ্জ্বল, সমুজ্জ্বল

অর্থ : যাৰ উজ্জ্বলতা গুণ বেছি বা ধুনীয়া চকুত লগা ৰং:ৰমেশে বিয়াত জকমকীয়া কাপোৰ পিন্ধিছিল

উদাহরণ :

সমার্থক : চকচকীয়া, চকমকীয়া, চকুত চমক লগা, চকুত ছাতি মাৰি ধৰা, চিকচিকীয়া, চিকমিকিয়া, জকমকীয়া, জলমলীয়া, ঝকমকীয়া, ৰংচঙীয়া

অর্থ : যিটো প্রকাশমান

উদাহরণ : তেওঁ যে ্সম্ভ্রান্ত ঘৰৰ সেইয়া তেওঁ পিন্ধা উজ্জ্বল কাপোৰৰ পৰাই জানিব পাৰি

चौपाल