অর্থ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
উদাহরণ :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
সমার্থক : উৎকোচ
অর্থ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
উদাহরণ :
চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়