অর্থ : নিজৰ অনুকূলে কোনো কার্য কৰিবৰ কাৰণে অনুচিতভাৱে দিয়া বা লোৱা বস্তু আদি
উদাহরণ :
তেওঁ ্ঘোচ লৈ থাকোতে ধৰা পৰিল
সমার্থক : ঘোচ
অর্থ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
উদাহরণ :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
সমার্থক : উপঢৌকন