অর্থ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
উদাহরণ :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
সমার্থক : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
অর্থ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
উদাহরণ :
ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
সমার্থক : সমাৰোহ