পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উৰা   ক্ৰিয়া

অর্থ : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা

উদাহরণ : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে

সমার্থক : উৰি থকা

অর্থ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল

উদাহরণ :

সমার্থক : উৰি থকা

অর্থ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য

উদাহরণ : চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল

অর্থ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা

উদাহরণ : মেজত থোৱা কিতাপখন কʼত হেৰাল

সমার্থক : হেৰোৱা

অর্থ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা

উদাহরণ : এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়

সমার্থক : উৰি যোৱা

অর্থ : বতাহত ইফাল-সিফাল হৈ পৰা

উদাহরণ : ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল

সমার্থক : উৰি যোৱা

অর্থ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

উদাহরণ :

সমার্থক : পিন্ধা, পৰিধান কৰা, লোৱা

অর্থ : বতাহত উৰা

উদাহরণ : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল

সমার্থক : উৰি থকা

चौपाल