পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে একক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

একক   বিশেষ্য

অর্থ : কোনো বস্তু জোখমাপ কৰিবৰ কাৰণে মাত্রা বা মান হিচাপে লোৱা মান বিশেষ

উদাহরণ : তাপমানৰ একক ডিগ্রী চেণ্টিগ্রেড

সমার্থক : ইউনিট, মান

অর্থ : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়

উদাহরণ : সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়

সমার্থক : একক স্থান

অর্থ : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ

উদাহরণ : বাৰত দুটা একক আৰু এটা দহক থাকে

অর্থ : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়

উদাহরণ : আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত

একক   বিশেষণ

অর্থ : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে

উদাহরণ : এইটো একক প্রণালী

चौपाल