অর্থ : একত্র কৰা বা হোৱা কার্য
উদাহরণ :
এই মন্দিৰটো সাজিবৰ কাৰণে বৃহৎ পৰিমাণত চান্দা একগোট
সমার্থক : সংগ্রহ
অর্থ : মিলোৱা বা একগোট কৰা
উদাহরণ :
তেওঁ ্এটা ডাঙৰ সংস্থা গঠন কৰিবৰ কাৰণে সৰু-সৰু সংস্থাবোৰ একীভূত কৰি আছে
সমার্থক : একীভূত