পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কʼলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কʼলা   বিশেষ্য

অর্থ : যিজন ব্যক্তিৰ বৰণ কʼলা

উদাহরণ : কʼলাসকলৰ বিবাহ ঠিক কৰোতে অসুবিধা হয়

অর্থ : কাজল বা কুলিৰ নিচিনা এক ৰং

উদাহরণ : এই চিত্রখনৰ ওপৰৰ অংশত কʼলা ৰং দিয়া

সমার্থক : কʼলা ৰং, কৃষ্ণবর্ণ

কʼলা   বিশেষণ

অর্থ : কাজল বা কুলি চৰাইৰ দৰে ৰং

উদাহরণ : ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল

সমার্থক : এঙাৰ বৰণীয়া, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, কৃষ্ণবর্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া

অর্থ : যিজন বগা বা শ্বেত বর্ণৰ নহয়

উদাহরণ : ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল

সমার্থক : কৃষ্ণাঙ্গ

चौपाल