পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কঠিন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কঠিন   বিশেষণ

অর্থ : যিটো মোলায়েম নহয়

উদাহরণ : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

সমার্থক : টান, ্কর্কৰীয়া

অর্থ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

উদাহরণ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

সমার্থক : অসহজ, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

অর্থ : যিটো সহজ নহয়

উদাহরণ : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত

সমার্থক : অসহজ, বিষম

অর্থ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

উদাহরণ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

সমার্থক : অসহজ, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল

অর্থ : যিটো শুনাত খহটা

উদাহরণ : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

সমার্থক : কঠুৱা, কর্কশ, টান, হুঁট্া, ্কালনজীয়া

অর্থ : যিটো সোনকালে বুজি পোৱা নাযায়

উদাহরণ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

সমার্থক : অবোধগম্য, টান, দুৰূহ

অর্থ : যিটো গম্য নহয় বা যাব নোৱাৰা

উদাহরণ : আমি ্ দুর্গম পথৰ পথিক

সমার্থক : অগম্য, দুর্গম, দুর্গম্য, দুৰধিগম্য, দুৰূহ

चौपाल